এই আঁচনিৰ উদ্দেশ্য হৈছে জাহ জনজাতিৰ অন্তৰ্গত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মেট্ৰিক পৰীক্ষাৰ বাবে আৰু একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰবেশিকা পৰীক্ষা বা তেনেধৰনৰ মেডিকেল আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাৰ লগতে প্ৰশাসনিক পৰীক্ষাৰ বাবে উপযোগী কৰি তুলিবাৰ বাবে প্ৰশিক্ষণ দিয়া
চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
সঞ্চালকালয়ৰ পৰা পোৱা ধনেৰে স্থানীয় বিধায়কৰ সহযোগত জিলা উপায়ুক্তই হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে জিলা আৰু মহকুমাত প্ৰশিক্ষণ কেন্দ্ৰ সাজু কৰিব। প্ৰশিক্ষণৰ ব্যৱস্থাৰ বাবে শিক্ষা বিভাগৰ সৈতে আলোচনা কৰি এটা আদৰ্শ বাজেট নিৰ্ধাৰণ কৰিব।
চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে গুৱাহাটীত প্ৰশাসনিক সেৱা আৰু আন কোনো প্ৰতিযোগীতাৰ বাবে অতি কমেও ৩ মাহৰ ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব।
তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ
সঞ্চালকালয়ে পোনপতিয়াকৈ ই-ট্ৰান্সফাৰৰ যোগেদি জিলা উপায়ুক্ত আৰু শিক্ষানুষ্ঠানটোক প্ৰদান কৰা হব ।
এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক উপায়ুক্তিৰ দ্বাৰা জিলাভিত্তিত আৰু মহকুমা ভিত্তিত কৰাৰ ওপৰিও ৰাজ্যিক পৰ্যায়ত সঞ্চালকায়ৰ ফালৰ পৰা কৰা হব।
সঞ্চালকে শিক্ষানুষ্ঠানখনৰ APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।
সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।
AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।
সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।
প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ