এই আঁচনিৰ মূল লক্ষ্য হৈছেপৰিয়াল পৰিকল্পনা, নৈতিক সজাগতা, স্বাস্থ্য আৰু শিশু/মানুহ সৰবৰাহৰ বিপক্ষে সজাগতা সৃষ্টি কৰা।
চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ৰ দ্বাৰা নিৰ্বাচিত NGOs/CBO ৰ সহায়ত এই আঁচনিৰ ৰূপায়ন কৰা হব। চাহজনজাতিৰ মাজত সজগতা অনুষ্ঠানৰ আয়োজন কৰা প্ৰতিষ্ঠান সমূহক অনুদান আদায় দিয়া হব আৰু এই গোটেই প্ৰক্ৰিয়াটো সঞ্চালকালয়ৰ পৰা চোৱাচিতা কৰা হব। তদুপৰি, তথ্যচিত্ৰ, বিভিন্ন ধৰণৰ ইস্তাহাৰ,বিজ্ঞাপন আদি ছপা কৰি অথবা ইলেট্ৰনিক আৰু আন আন মেডিয়াৰ যোগেদি চাহ জনজাতি লোকৰ মাজত সজাগতা বৃদ্ধি কৰা হব।
তথ্যচিত্ৰ, বিভিন্ন ধৰণৰ ইস্তাহাৰ,বিজ্ঞাপন আদি ছপা কৰি অথবা ইলেট্ৰনিক আৰু আন আন মেডিয়াৰ যোগেদি চাহ জনজাতি লোকৰ মাজত সজাগতা বৃদ্ধি কৰোতে প্ৰয়োজন হোৱা ধন ই-ট্ৰান্সফাৰৰ যোগেদি নিজ নিজ প্ৰতিষ্ঠানৰ বেংক একাউন্টত জমা কৰি দিয়াল হব।
এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক মহকুমাৰ সহযোগত ৰাজ্যিক পৰ্যায়ত সঞ্চালকায়ৰ ফালৰ পৰা কৰা হব।
সঞ্চালকে শিক্ষানুষ্ঠানখনৰ APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।
সঞ্চালকে আঁচনিখনৰ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।
সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।
AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।
সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।
প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ