মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ চাহ জনজাতি

আমি কি কৰো

  • চাহ জনজাতি কল্যাণ বিভাগে তলত উল্লেখ কৰা বিষয়সমূহৰ হকে কাম কৰে:

    • চাহ জনজাতিৰ আৰ্থ-সামাজিক কামৰ হকে কাম কৰা
    • চাহ জনজাতিৰ মানৱশক্তিৰ নিয়োজন সুনিশ্চত ব্যৱস্থা কৰা
    • প্ৰাথমিক/উচ্চ আৰু উচ্চতৰ পৰ্যায়ৰ মাজেৰে আনুষ্ঠানিক শিক্ষাৰ প্ৰসাৰ কৰা
    • স্বাস্থ্য,স্বাস্থ্যকৰ,স্বাস্থ্যব্যৱস্থা,বিশুদ্ধ খোৱাপানী,বিজুলী আদিৰ উন্নয়নৰ হকে কাম কৰা
    • চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতিৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত থকা কৰ্মৰ পৰ্যবেক্ষণ আৰু উন্নয়ন সাধন কৰা।
    • স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত মহিলা আত্ম সহায়ক গোটৰ সৃষ্টি কৰা মহিলাৰ মাজত সজাগতা সৃষ্টি কৰা।
    • সুষ্ঠিৰ আৰু পাৰিপাৰ্শিকতাৰ সৈতে চাহ বাগিচাৰ কাম সমূহ সম্পন্ন কৰা।
    • চাহ জনজাতিৰ সৈতে জড়িত যিকোনো বিষয়ৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ কৰ্মৰাজীৰ খৰতকীয়া ব্যৱস্থা কৰা।